Moi Durasaro Lyrics : The Namghosha is one of the four major scriptures written by Madhavadeva, set up at Thepana of the Namghar of the Assamese Vaishnava Samaj .
Parthona Name | Moi Durasaro |
Source | Namghosa |
Written by | Madhavadeva |
Parthona | শৰণৰ পাৰ্থনা |
মুক্তিতো নিস্পৃহ যিটো পাৰ্থনা পঢ়িবলৈ ইয়াত ক্লিক কৰক
Moi Durasaro Lyrics in assamese
মই দুৰাচাৰ কেৱল তোমাৰ অপৰাধী নাৰায়ণ ।
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি পশিলো হেৰা শৰণ ।।১৮৩ ।।
হে কৃষ্ণ স্বামী তযু পাৱে আমি কেৱল শৰণ চাওঁ ।
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেসে প্ৰভু এৰাওঁ ।।১৮৪।।
হে যদুপতি মঞি মূঢ়মতি নাজানো সেৱা তোমাৰ ।
কেৱল তোমাৰ চৰণপঙ্কজে শৰণ কৰিলো সাৰ।।১৮৫।।
পুৰুষ উত্তম পৰম পুৰুষ। পৰম আনন্দ স্বামী ।
তযু পাদপদ্ম-মকৰন্দ আশে শৰণ পশিলো আমি ।।১৮৬।।
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন – জন তাৰণ ।।
তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ।।১৮৭।।
ভজন prarthona
জয় জয় কৃষ্ণ কৃষ্ণ কৃপাময় ভজিলো তোমাৰ পাৱে তোমাৰ চৰণ পঙ্কজত মন। মজোক মোৰ স্বভাৱে ।। ১৮৮।।
জয় জয় ৰাম জগত কাৰণ জগত জীৱন স্বামী ।
পৰম দেৱতা জানিয়া তোমাৰ চৰণে ভজিলো আমি ।।১৮৯।।
অনাদি অনন্ত হে ভগৱন্ত ভজো কৰি প্ৰণিপাত । মুকুতি ৰসকো তেজি মহাজনে শৰণ লৱে তোমাত ।।১৯০।।
Moi Durasaro Lyrics in English
[ মই দুৰাচাৰ কেৱল তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিয়োক হৰি লৈয়ো দাস কৰি পশিলো হেৰা শৰণ ।।১৮৩ ।। ]
Moi Durasaroo KeBolee Tumaroo Oporadhi Narayoonoo Khyamiyukoo Hori Loiyu Dakho Korii Pokhilu Hera Horonoo
[হে কৃষ্ণ স্বামী তযু পাৱে আমি কেৱল শৰণ চাওঁ । কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেসে প্ৰভু এৰাওঁ ।।১৮৪।।]
He Krishna Swami Tozu Pade Aami Ke Bolee Horono Sau Kora Onugroho Mayaro Nigrohoo Tewekhee Proobhhuu aRau
[হে যদুপতি মঞি মূঢ়মতি নাজানো সেৱা তোমাৰ । কৱলে তোমাৰ চৰণপঙ্কজে শৰণ কৰিলো সাৰ।।১৮৫।।]
He Jodupooti Moi Murhomoti Najanu Hewa Tumaro Ke Bole Tumaro Sorono Pongkoje Horono Korilu Haaro
[ পুৰুষ উত্তম পৰম পুৰুষ। পৰম আনন্দ স্বামী । তযু পাদপদ্ম- মকৰন্দ আশে শৰণ পশিলো আমি ।।১৮৬।।]
Purukho Uttmo Poromo Purukho Poromo Aanondo Swaami Tozu Padopodmo Mokorondo Aakhe Horono Pokhilu Aami
[ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন – জন তাৰণ ।। তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ।।১৮৭।। ]
Probhu Bhogowonto Ononto Ishworo Proponno Jonota Rono Tumi Priytomo Poromo Dewota janiya Loilu Horono