mono meri borgeet lyrics – মন মেৰি ৰাম চৰণহি লাগু বৰগীত

mono meri borgeet lyrics :  মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰথম বৰগীত মন মেৰি ৰাম চৰণহি লাগু । শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা ২৪০ টা কিন্তু বৰ্তমান ৩৪ টাহে পোৱা যায় ।

 বৰগীতৰ নাম  মন‌ মেৰি ৰাম চৰণহি    লাগু
 লেখক  শ্ৰী শ্ৰী শংকৰদেৱ
 ৰাগ  ধনশ্ৰী
 তাল  পৰী

mono meri borgeet lyrics

Mono meri borgeet lyrics

ধ্ৰুং ।।   মন মেৰি ৰাম চৰণহি লাগু ।

 তঞি দেখ না অন্তক আগু ।।

পদ ।।   মন আয়ু ক্ষেণে ক্ষেণে টুটে                          দেখো প্রাণ কোন দিনে ছুটে ।।                                     

মন কাল অজগৰে গিলে ।

জান তিলেকে মৰণ মিলে ।।

মন নিশ্চয় পতন কায়া ।

তঞি ৰাম ভজ তেজি মায়া ।।

ৰে মন ইসৱ বিষয় ধান্ধা ।

কেনে দেখি নাদেখস আন্ধা ।

মন সুখে পাৰ কৈচে নিন্দ ।

তঞি চেতিয়া চিন্ত গোৱিন্দ ।।

মন জানিয়া শঙ্কৰে কহে ।

দেখ ৰাম বিনে গতি নহে ।।

Krishna eko devo lyrics 

Assam govt website

FAQ 

শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো ?

শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰথম বৰগীতটো ” মন মেৰি ৰাম চৰণহি লাগু”

Leave a Comment